Monday, November 9, 2026

Class 10 Science Chapter 2 Common MCQ for HSLC 2027

Class 10 Science Chapter 2 Common MCQ for HSLC 2027

Class 10 Science Chapter 2 Common MCQ for HSLC 2027


Class 10 Science Chapter 2 Common MCQ for HSLC 2027: Acid, Bases and Salts (এছিড ক্ষাৰক আৰু লৱণ) is the chapter 2 Class 10 General Science. Here you can avail Class 10 Science Chapter 2 Common MCQ for HSLC 2027.



Class 10 Science Chapter 2 Common MCQ for HSLC 2027 Questions | Class 10 Science Chapter 2 MCQ online test with Answers | Class 10 Science Chapter 2 MCQ with Answers

১। বিলাহীত থকা এছিড বিধ হ'ল- 

(a) লেক্টিক এছিড 

(b) অব্জেলিক এছিদ 

(c) টাৰটাৰিক এছিড 

(d) ওপৰৰ এটাও নহয়

উত্তৰঃ (b) অব্জেলিক এছিদ


২। টেঙা দৈত থকা এছিডটো হ'ল - 

(a) অব্জেলিক এছিড 

(b) টাৰটাৰিক এছিড 

(c) লেকটিক এছিড 

(d) ওপৰৰ এটাও নহয়

উত্তৰঃ (c) লেকটিক এছিড


৩। হাইড্ৰ'ক্ল'ৰিক এছিড এবিধ - 

(a) অক্সি এছিড 

(b) হাইড্ৰ'ছিড 

(c) (a) আৰু (b) দুয়োটাই।

(d) ওপৰৰ এটাও নহয়

উত্তৰঃ (b) হাইড্ৰ'ছিড


৪। পনীয়া NaOH ৰ স্বাদ - 

(a) টেঙা 

(b) তিতা 

(c) মিঠা 

(d) নিমখীয়া

উত্তৰঃ (b) তিতা 


৫। তলৰ কোনটো ক্ষাৰক নহয়- 

(a) C₂H₅OH 

(b) KOH 

(c) NH₄OH 

(d) NaOH

উত্তৰঃ (a) C₂H₅OH


৬। ক্ষাৰকবোৰে এছিডৰ সৈতে বিক্ৰিয়া কৰি - 

(a) লৱণ আৰু পানী 

(b) লৱণ আৰু হাইড্ৰ'জেন গেছ 

(c) পানী আৰু হাইড্ৰ'জেন গেছ উৎপন্ন কৰে

(d) ওপৰৰ এটাও নহয়

উত্তৰঃ (a) লৱণ আৰু পানী


৭। চাবোন দ্ৰৱৰ সোৱাদ তিতা হয়, কাৰণ চাবোন দ্ৰৱত- 

(a) ক্ষাৰক 

(b) অম্ল 

(c) a আৰু b দুয়োটাই থাকে

(d) ওপৰৰ এটাও নহয়

উত্তৰঃ (a) ক্ষাৰক


৮। সোণৰ বাবে তলৰ কোনটো ব্যৱহাৰ কৰা হয়- 

(a) একুউৱা ৰেজিয়া 

(b) চালফিউৰিক এছিড 

(c) নাইট্রিক এছিড 

(d) হাইড্ৰ'ক্লৰিক এছিড

উত্তৰঃ (a) একুউৱা ৰেজিয়া


৯। ছডিয়াম হাইড্র'ক্সাইড হ'ল-

(a) লঘু অম্ল

(b) লঘু ক্ষাৰক

(c) গাঢ় অম্ল

(d) গাঢ় ক্ষাৰক

উত্তৰঃ (d) গাঢ় ক্ষাৰক


১০। ছডিয়াম হাইড্ৰ'ক্সাইড ব্যৱহাৰ হয়-

(a) অম্লনাশক হিচাপে

(b) চাবোন উৎপাদনত

(c) ক্ষাৰকীয় বেটাৰিত

(d) পৰিষ্কাৰ কৰিবলৈ

উত্তৰঃ (b) চাবোন উৎপাদনত


১১। খাদ্যত ব্যৱহাৰ কৰা লৱণ হ'ল-

(a) ছডিয়াম ক্ল'ৰাইড

(b) ছডিয়াম হাইড্র 'ক্সাইড

(c) কেলছিয়াম ক্লৰাইড

(d) ছডিয়াম এচিটেট

উত্তৰঃ (a) ছডিয়াম ক্ল'ৰাইড


১২। জিংকৰ লগত ছডিয়াম হাইড্ৰ'ক্সাইডৰ জলীয় দ্ৰৱ যোগ কৰিলে - (a) CO₂ গেছ 

(b) N₂ গেছ 

(c) H₂ গেছ উৎপন্ন হয়

(d) ওপৰৰ এটাও নহয়

উত্তৰঃ (c) H₂ গেছ উৎপন্ন হয়


১৩। পনীয়া HCl ৰ দ্ৰৱত নীলা লিটমাছ যোগ কৰিলে দ্ৰৱটোৰ বৰণ 

(a) বৰণহীন হয় 

(b) নীলা হৈয়ে থাকে 

(c) ৰঙা হয় 

(d) সেউজীয়া হয়

উত্তৰঃ (c) ৰঙা হয়


১৪। দাঁতৰ এনামেলত কেলছিয়াম ফছফেট থাকে। ইয়াৰ প্রকৃতি হ'ল- 

(a) ক্ষাৰকীয় 

(b) আম্লিক 

(c) প্রশম 

(d) এম্ফ'টেৰিক

উত্তৰঃ (a) ক্ষাৰকীয়


১৫। তলৰ কোনবিধ লৱণৰ স্ফটিকীকৰণত পানী নাথাকে-

(a) নীলা ভিট্রি'ওল

(৮) বেকিং ছ'ডা

(c) কাপোৰ ধোৱা ছ'ডা

(d) জিপছাম

উত্তৰঃ (b) বেকিং ছ'ডা


১৬। Zn + H₂SO₄ → ZnSO₄ + H₂ এই বিক্ৰিয়াটো এটা - 

(a) অম্ল-ক্ষাৰক বিক্ৰিয়া 

(b) দ্বিবিযোজন বিক্ৰিয়া 

(c) জাৰণ-বিজাৰণ বিক্ৰিয়া 

(d) এইবোৰৰ এটাও নহয়

উত্তৰঃ (c) জাৰণ-বিজাৰণ বিক্ৰিয়া


১৭। তলৰ কোনটোৰ পৰা ব'ৰাক্স প্ৰস্তুত কৰা হয়-

(a) কাপোৰ ধোৱা ছ'ডা 

(b) বেকিং পাউডাৰ

(c) ব্লিচিং পাউডাৰ

(d) বেকিং ছ'ডা

উত্তৰঃ (a) কাপোৰ ধোৱা ছ'ডা


১৮। চুণ পানীৰ সৈতে ক্ল'ৰিণৰ বিক্ৰিয়াৰ ফলত _____ গঠন হয়।

(a) বেকিং ছ'ন্ডা

(b) কাপোৰ ধোৱা ছ'ডা

(c) বেকিং পাউডাৰ

(d) ব্লিচিং পাউডাৰ

উত্তৰঃ (d) ব্লিচিং পাউডাৰ


১৯। পনীয়া ছালফিউৰিক এছিড দ্ৰৱত ছডিয়াম এটুকুৰা যোগ কৰিলে তলত দিয়া কোনটো গেছ উৎপন্ন হয় ? 

(a) H₂ 

(b) SO₂ 

(c) H₂S 

(d) O₂

উত্তৰঃ (d) O₂


২০। চকুৰে নেদেখা ছাত্ৰৰ বাবে তলত উল্লেখ কৰা কোনটোক অম্ল-ক্ষাৰ সূচক হিচাপে ব্যৱহাৰ কৰা হয় ? 

(a) হালধি 

(b) লিটমাছ 

(c) ভেনিলা ইছেন্স 

(d) পেটুনিয়াৰ পাত

উত্তৰঃ (c) ভেনিলা ইছেন্স


২১। চুণ পানীৰ মাজেদি যথেষ্ট সময় CO₂ গেছ যাবলৈ দিলে চুণপানীখিনি প্রথমে গাখীৰৰ দৰে বগা হয় আৰু পিছত ফটফটীয়া পৰিষ্কাৰ হৈ পৰে। এই অৱস্থাত দ্ৰৱটোত থাকে - 

(a) CaCO₃ 

(b) Ca(OH)₂ 

(c) Ca(HCO₃)₂ 

(d) CaO

উত্তৰঃ (c) Ca(HCO₃)₂ 


২২। এটা জলীয় দ্ৰৱত ৰঙা লিটমাছ দ্ৰৱ নীলা হয় আৰু তলৰ কোনটোক উক্ত দ্ৰৱত যোগ কৰিলে ৰঙা লিটমাছ পুনৰ ৰঙা হ'ব- 

(a) হাইড্ৰ'ক্ল'ৰিক এছিড 

(b) এম'নিয়াম হাইড্ৰ'ক্সাইড দ্ৰৱ 

(c) চুণ

(d) বেকিং পাউডাৰ

উত্তৰঃ (a) হাইড্ৰ'ক্ল'ৰিক এছিড


২৩। ছডিয়াম কার্বনেট হ'ল ক্ষাৰকীয় লৱণ, কাৰণ এই লৱণ- 

(a) গাঢ় অম্ল আৰু লঘু ক্ষাৰক 

(b) লঘু অম্ল আৰু লঘু ক্ষাৰক 

(c) গাঢ় অম্ল আৰু গাঢ় ক্ষাৰক 

(d) লঘু অম্ল আৰু গাঢ় ক্ষাৰক

উত্তৰঃ (d) লঘু অম্ল আৰু গাঢ় ক্ষাৰক


২৪। মিথাইল অ'ৰেঞ্জ হ'ল— 

(a) আম্লিক মাধ্যমৰ ৰঙা ক্ষাৰকীয় মাধ্যমত বৰণহীন 

(b) আম্লিক মাধ্যমত হালধীয়া, ক্ষাৰকীয় মাধ্যমত ৰঙা 

(c) আম্লিক মাধ্যমত ৰঙা ক্ষাৰকীয় মাধ্যমত হালধীয়া 

(d) আম্লিক মাধ্যমত বৰণহীন ক্ষাৰকীয় মাধ্যমত ৰঙা

উত্তৰঃ (c) আম্লিক মাধ্যমত ৰঙা ক্ষাৰকীয় মাধ্যমত হালধীয়া 


২৫। নেমুটেঙাৰ ৰস আৰু কফি হ'ল- 

(a) দুয়োবিধেই ক্ষাৰকীয় 

(b) নেমুটেঙাৰ ৰস আম্লিক আৰু কফি হ'ল ক্ষাৰকীয় 

(c) দুয়োবিধেই আম্লিক 

(d) নেমুটেঙাৰ ৰস ক্ষাৰকীয় আৰু কফি হ'ল আম্লিক

উত্তৰঃ (d) নেমুটেঙাৰ ৰস ক্ষাৰকীয় আৰু কফি হ'ল আম্লিক


২৬। বর্ধিত অম্লৰ তীব্ৰতাৰ বাবে তলৰ কোনটো ক্রম শুদ্ধ-

(a) হাইড্র'ক্লৰিক এছিড < পানী < এচিটিক এছিড

(b) এছিটিক এছিড < পানী < হাইড্র'ক্লৰিক এছিড

(c) পানী < হাইড্র'ক্লৰিক এছিড < এছিটিক এছিড

(d) পানী < এচিটিক এছিড < হাইড্র'ক্লৰিক এছিড

উত্তৰঃ (a) হাইড্র'ক্লৰিক এছিড < পানী < এচিটিক এছিড


২৭। বেকিং পাউডাৰৰ এবিধ হ'ল ছডিয়াম হাইড্র'জেন কার্ব 'নেট, অন্য উপাদান বিধ হ'ল-

(a) ছালফিউৰিক এছিড

(৮) এচিটিক এছিড

(c) টাৰটেৰিক এছিড

(d) হাইড্র'ক্লৰিক এছিড

উত্তৰঃ (c) টাৰটেৰিক এছিড


২৮। দাঁতক সুৰক্ষা দিয়াৰ বাবে সকলোকে দাঁত পৰিষ্কাৰ কৰি ৰাখিবলৈ কোৱা হয়। দাঁত পৰিষ্কাৰ কৰাৰ বাবে ব্যৱহাৰ কৰা টুথপেষ্টৰ প্রকৃতি হ'ল-

(a) প্রশম

(b) ক্ষাৰকীয়

(c) ক্ষয়কাৰী

(d) আম্লিক

উত্তৰঃ (b) ক্ষাৰকীয়


২৯। এটা দ্রৱই গুড়ি কৰি লোৱা কণীৰ খোলাৰে সৈতে বিক্ৰিয়া কৰি এটা গেছ উৎপন্ন কৰে। গেছটোৱে চুণপানী ঘোলা কৰে। দ্ৰৱটোত থাকে- HSLC 2015, 2019

(a) NaCl

(b) HCl

(c) LiCl

(d) KCl

উত্তৰঃ (b) HCl


৩০। এটা দ্রবই ৰঙা লিটমাছ নীলা কৰে। দ্রবটোৰ pH হ'ল- HSLC 2016, 2018, 2022

(a) 1

(b) 4

(c) 5

(d) 10

উত্তৰঃ (d) 10


৩১। অজীর্ণতাৰ চিকিৎসাৰ বাবে তলৰ কোন ধৰণৰ ঔষধ ব্যৱহাৰ কৰা হয় ? HSLC 2017

(a) এন্টিবায় 'টিক

(b) বেদনানাশক

(c) অম্লনাশক

(d) বীজানুবাৰক

উত্তৰঃ (c) অম্লনাশক


৩২। খাদ্যবস্তু ভৰাই ৰখা পাত্ৰবোৰত টিনৰ প্ৰলেপ দিয়া হয়, জিংকৰ নহয়। কিয়নো HSLC 2018

(a) টিনতকৈ জিংক দামী

(b) জিংকৰ গলনাংক টিনতকৈ বেছি

(c) জিংক টিনতকৈ অধিক সক্রিয়

(d) জিংক টিনতকৈ কম সক্রিয়

উত্তৰঃ (c) জিংক টিনতকৈ অধিক সক্রিয়


৩৩। তলৰ কোনটো যৌগক ছ'ডা এছিড অগ্নি নির্বাপন যন্ত্রত ব্যৱহাৰ কৰা হয়- HSLC 2023

(a) NaCl

(b) Na₂CO₃

(c) NaHCO₃ 

(d) NH₄Cl

উত্তৰঃ (c) NaHCO₃


৩৪। তলৰ কোনটো ঘ্রাণেন্দ্রিক সূচক ? HSLC 2024

(a) লিটমাছ

(b) হালধী

(c) ভেনিলা

(d) ফিন 'ফথেলিন

উত্তৰঃ (c) ভেনিলা 


৩৫। দন্তক্ষয়ৰ ক্ষেত্ৰত তলৰ উক্তিকেইটা বিবেচনা কৰা HSLC 2024

       (i) pH ৰ মান 5.5 ৰ তলত হ'লে দন্তক্ষয়ৰ সূচনা হয়।

      (ii) ফ'চফ'ৰিক এচিডে pH ৰ মান কম কৰাৰ বাবে দন্তক্ষয় হয়। তলৰ কোন বিকল্পটো শুদ্ধ ?

(a) (i) সত্য আৰু (ii) অসত্য

(b) (i) অসত্য আৰু (ii) সত্য

(c) (i) আৰু (ii) দুয়োটা সত্য

(d) (i) আৰু (ii) দুয়োটা অসত্য

উত্তৰঃ (c) (i) আৰু (ii) দুয়োটা সত্য


৩৬। তলৰ কোনটো যৌগক ছ'ডা-এছিড অগ্নি নিৰ্বাপণ যন্ত্ৰত ব্যৱহাৰ কৰা হয় ? HSLC 2025

(a) NH₄Cl

(b) Na₂CO₃

(c) NaCl

(d) NaHCO₃

উত্তৰঃ (d) NaHCO₃ (সোডিয়াম হাইড্ৰ'জেন কাৰ্বনেট)


৩৭। এটা প্ৰশম দ্ৰৱৰ pH ৰ মান হ'ব HSLC 2025

(a) 5

(b) 6

(c) 7

(d) 8

উত্তৰঃ (c) 7


৩৮। বেকিং ছ'ডাৰ পৰা ছ'ডিয়াম কাৰ্বনেট কেনেকৈ পাব পাৰি ? HSLC 2025

(a) বেকিং ছ'ডাক পানী মিহলাই

(b) বেকিং ছ'ডাত গৰম কৰি

(c) বেকিং ছ'ডাক এছিডৰ লগত বিক্ৰিয়া কৰি

(d) বেকিং ছ'ডাক ক্ষাৰৰ লগত বিক্ৰিয়া কৰি

উত্তৰঃ (b) বেকিং ছ'ডাত গৰম কৰি


৩৯। লিটমাছ দ্ৰৱ যেতিয়া আম্লিক বা ক্ষাৰকীয় নহয়, তেতিয়া ইয়াৰ বৰণ হ'ব- HSLC 2026

(a) নীলা

(b) বেঙুনীয়া

(c) হালধীয়া

(d) মৃগা বৰণীয়া

উত্তৰঃ (b) বেঙুনীয়া


৪০। উক্তি (A): এচিড আৰু ক্ষাৰকৰ মাজত ক্রিয়া হ'লে লৱণ আৰু পানীৰ উৎপত্তি হয়।

       যুক্তি (R): লবণ আৰু পানীৰ মাজত বিক্রিয়া হ'লে এচিড আৰু ক্ষাৰকৰ উৎপত্তি হয়।

(a) A আৰু R দুয়োটা সত্য, R হৈছে A ব সঠিক ব্যাখ্যা

(b) A আৰু R দুয়োটা সত্য, কিন্তু R.A ব সঠিক ব্যাখ্যা নহয়

(c) A সত্য, কিন্তু R অসত্য

(d) A অসত্য, কিন্তু R সত্য

উত্তৰঃ (c) A সত্য, কিন্তু R অসত্য


৪১। উক্তি (A): এচিডৰ সোঁৱাদ টেঙা আৰু ক্ষাৰকৰ সোঁৱাদ ক্ষাৰকীয়।

       যুক্তি (R): এচিড আৰু ক্ষাৰকৰ সোঁৱাদ কেতিয়াবা একে হ'বও পাৰে।

(a) A আৰু R দুয়োটা সত্য, R হৈছে A ব সঠিক ব্যাখ্যা

(b) A আৰু R দুয়োটা সত্য, কিন্তু R.A ব সঠিক ব্যাখ্যা নহয়

(c) A সত্য, কিন্তু R অসত্য

(d) A অসত্য, কিন্তু R সত্য

উত্তৰঃ (c) A সত্য, কিন্তু R অসত্য


৪২। উক্তি (A): চূণশিল, চক আৰু মাৰ্বল হ'ল কেলচিয়াম কার্বনেটৰ তিনিটা বিভিন্ন ৰূপ।

       যুক্তি (R): ধাতুৰ সকলো কার্বনেটে এচিডৰ লগত ক্ৰিয়া কৰি লৱণ, কার্বন ডাই অক্সাইড আৰু পানী প্রস্তুত কৰে।

(a) A আৰু R দুয়োটা সত্য, R হৈছে A ব সঠিক ব্যাখ্যা

(b) A আৰু R দুয়োটা সত্য, কিন্তু R.A ব সঠিক ব্যাখ্যা নহয়

(c) A সত্য, কিন্তু R অসত্য

(d) A অসত্য, কিন্তু R সত্য

উত্তৰঃ (b) A আৰু R দুয়োটা সত্য, কিন্তু R. A ৰ সঠিক ব্যাখ্যা নহয়


৪৩। উক্তি (A): অধাতুৰ অক্সাইডবোৰৰ প্ৰকৃতি এচিডৰ দৰে। 

       যুক্তি (R): কিন্তু সেইবোৰে ক্ষাৰকৰ লগত ক্ৰিয়া কৰি লৱণ আৰু পানী প্রস্তুত নকৰে।

(a) A আৰু R দুয়োটা সত্য, R হৈছে A ব সঠিক ব্যাখ্যা

(b) A আৰু R দুয়োটা সত্য, কিন্তু R.A ব সঠিক ব্যাখ্যা নহয়

(c) A সত্য, কিন্তু R অসত্য

(d) A অসত্য, কিন্তু R সত্য

উত্তৰঃ (c) A সত্য, কিন্তু R অসত্য